সদস্য বাৰ্তা:Shankar Sen

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Invite to WikiConference India 2011[সম্পাদনা কৰক]


Hi Shankar Sen,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

Please use 'ৰ' instead of 'ৰ'[সম্পাদনা কৰক]

First of all I want to thank you for your contribution to Assamese Wikipedia. But I have a request, please use 'ৰ' instead of 'ৰ', since in Assamese script there is no such letter. Simbu123 ১৩:০০, ৭ চেপ্তেম্বৰ ২০১১ (UTC)

You can use Avro Click and Type to write 'ৰ' (Download Avro from here) or you can use Baraha, where 'ৰ' is available in phonetic (Download Baraha from here). Simbu123 ১৪:০০, ৭ চেপ্তেম্বৰ ২০১১ (UTC)

অনুগ্ৰহ কৰি 'ৰ'ৰ সলনি 'ৰ' ব্যৱহাৰ কৰক । ‍‍‍‍‍Gitartha.bordoloi ১৪:১৭, ৭ চেপ্তেম্বৰ ২০১১ (UTC)

You can also use "Indic Input 2"CLICK HERE for phonetic Assamese typing. Gitartha.bordoloi ১৪:২৩, ৭ চেপ্তেম্বৰ ২০১১ (UTC)

এইখন অসমীয়া ৱিকিপিডিয়া । গতিকে অনুগ্ৰহ কৰি "ৰ" ব্যৱহাৰ কৰক আৰু যথাসম্ভৱ অসমীয়া বানাননীতি মানি চলক । ধন্যবাদ । Gitartha.bordoloi ০৮:০৪, ১৪ চেপ্তেম্বৰ ২০১১ (UTC)

Please use 'ৰ' instead of 'ৰ'[সম্পাদনা কৰক]

Please use 'ৰ' instead of 'ৰ'. If you have difficulties, let us know. Else it increases work for other editors and admins, and leads to a lower overall quality of the Wikipedia. চাইপাও ১৪:০৬, ১৪ চেপ্তেম্বৰ ২০১১ (UTC)

Thanks. I have now started using ৰ instead of ৰ । Shankar Sen.--Shankar Sen ০৬:০৩, ১৫ চেপ্তেম্বৰ ২০১১ (UTC) In the Lawrence Ferlinghetti page I have wrongly typed William Ferlinghetti (উইলিয়াম ফেৰলিংঘেট্টি ). I am unable to correct the heading name. Please correct it to read Lawrence Ferlinghetti (লৰেন্স ফেৰলিংঘেট্টি )--Shankar Sen ০৬:০৩, ১৫ চেপ্তেম্বৰ ২০১১ (UTC)

Please make sure your "reph" and "ro-phala" too have the correct "ro". Thanks. চাইপাও ০৯:৩৪, ১৫ চেপ্তেম্বৰ ২০১১ (UTC)

Ok. But pleae change the name-heading as I had requested.--Shankar Sen ১৪:২৩, ১৫ চেপ্তেম্বৰ ২০১১ (UTC)

Are you a native Assamese ? If yes then please make sure to write assamese language correctly in terms of spelling and word structure. If no then probably you should not edit any more articles. Please don't mind for saying this. Thank you. Gitartha.bordoloi ১০:৩৯, ১৯ চেপ্তেম্বৰ ২০১১ (UTC)

Yes, I was born & brought up in Silchar, Assam. However, now I reside out of Assam as my job demands it. I love Assamese language and hope you will agree that moving all over India compels me to keep in touch with the language. Thanks for your advise.~~


An Invite to join the Wikimedia India Chapter[সম্পাদনা কৰক]

Wikimedia India logo
- - - - - - - - - - - - Wikimedia India Chapter - - - - - - - - - - - -
Hi Shankar Sen,

Greetings from the Wikimedia India Chapter !

Wikimedia India is an autonomous non-profit organization. The objective of the Chapter is to educate Indian public about availability and use of free and open educational content and build capacity to access and contribute to such resources in various Indian languages and in English. It works in coordination with Wikimedia Foundation and the Wikipedian community to promote building and sharing of knowledge through Wikimedia projects.

As you have shown an interest in articles related to India we thought you might be interested in knowing about the Wikimedia India chapter, its activities, volunteering and process to gain membership to the society. We need your help.

More details can be found at Our Blog  • Our Wiki
We welcome you to join and particpate in the India Chapter's activites. To join the chapter please click here. We thank you for your your contributions thus far and look forward to your continued participation.


Sincerely,
On behalf of the Wikimedia India chapter.

--Naveenpf 08:03, 6 নভেম্বৰ 2011 (UTC)

Hi, We are planning to conduct WikiAcademies across India. Can you please help to translate the Wiki Academy Brochure ? [1] . Please feel free to mail @ naveenpf at wikimedia dot in --Naveenpf 08:03, 6 নভেম্বৰ 2011 (UTC)

ফাল্গুনী ৰায়[সম্পাদনা কৰক]

আপোনাৰ প্ৰবন্ধটো অতি চুটি হৈছে। সেয়ে ইয়াক ৱিকিৰ মুক্য নেমস্পেচৰ পৰা আঁতৰাই আপোনাৰ user area লৈ স্থানান্তৰ কৰা হ'ল। এতিয়া আপুনি পৃষ্ঠাটো ইয়াত সদস্য:Shankar Sen/ফাল্গুনী ৰায় পাব।

অসমীয়া ৱিকিপিডিয়াত লিখাৰ বাবে ধন্যবাদ। লিখি থাকিব বুলি আশা কৰিলোঁ।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 00:49, 22 আগষ্ট 2012 (UTC)

জ্যাক কেৰুয়াক[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ বহুত বানান বাংলা ভাষাৰ নীতি অনুসাৰে লিখা হৈছে। প্ৰবন্ধটো যঠেষ্ট চুটিও হৈছে। সেয়ে বানান বোৰ অসমীয়া মতে লিখক আৰু লগতে অলপ বহলাই লিখে যেন। অন্যথা ইয়াক মচি পেলোৱা হ'ব পাৰে। অসমীয়া ৱিকিপিডিয়াত লিখাৰ বাবে ধন্যবাদ থাকিল।

যদি কিবা সহায় লাগে মোক ৯৯৫৪১১৩১৭০ নম্বৰত ফোন কৰিব পাৰে। মইও শিলচৰত থাকোঁ।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 01:04, 22 আগষ্ট 2012 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Shankar Sen,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]